
ডিঙিত তিনিটা গুলী লাগে গকুল বসুমতাৰীৰ। লগে লগে ঢলি পৰে জোৱানজন। এই ঘটনা চাঞ্চল্যৰ সৃষ্টি কৰিছে সোণাৰিত।
ডিঙিত তিনিটা গুলী লাগে গকুল বসুমতাৰীৰ। লগে লগে ঢলি পৰে জোৱানজন। এই ঘটনা চাঞ্চল্যৰ সৃষ্টি কৰিছে সোণাৰিত।
সোণাৰি সদৰ আৰক্ষী থানাত ভয়ংকৰ ঘটনা। হঠাৎ গুলীৰ শব্দত কঁপি উঠিল সোণাৰি থানা। আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে এজন সতীৰ্থক। গুলীচালনাত নিহত হয় গকুল বসুমতাৰী নামৰ আৰক্ষীজন। দীপক কাকতি নামৰ জোৱানজনৰ গুলীত নিহত হয় গকুল বসুমতাৰী। ডিঙিত তিনিটা গুলী লাগে গকুল বসুমতাৰীৰ। লগে লগে ঢলি পৰে জোৱানজন। এই ঘটনা চাঞ্চল্যৰ সৃষ্টি কৰিছে সোণাৰিত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|