গোলাঘাটত সুৰামত্ত আৰক্ষীৰ উদ্ভণ্ডালি, সুৰাৰ ৰাগিত মাতাল হৈ মহিলাক অভৱ্য আচৰণ

News18-Assam
Updated:September 11, 2019, 9:26 AM IST
গোলাঘাটত সুৰামত্ত আৰক্ষীৰ উদ্ভণ্ডালি, সুৰাৰ ৰাগিত মাতাল হৈ মহিলাক অভৱ্য আচৰণ
আৰক্ষীয়ে আটক কৰাৰ পিছতো কেমেৰাৰ সন্মুখত নৃত্য মাতাল কনিষ্টবলজনৰ।

আৰক্ষীয়ে আটক কৰাৰ পিছতো কেমেৰাৰ সন্মুখত নৃত্য মাতাল কনিষ্টবলজনৰ।

  • News18 Assam
  • Last Updated: September 11, 2019, 9:26 AM IST
  • Share this:
গোলাঘাটত শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত সুৰামত্ত আৰক্ষীৰ উদ্ভণ্ডালি। হাস্পতালখনত মহিলাক অভৱ্য আচৰণ কৰাৰ অভিযোগ ৰণ্টু গগৈ নামৰ আৰক্ষী কনিষ্টবলজনৰ বিৰুদ্ধে। লোকজনৰ উদ্ভণ্ডালিত অতিষ্ঠ হৈ একাংশ লোকে অভিযোগ দিয়াত আৰক্ষীয়ে থানালৈ লৈ যায় কনিষ্টবলজনক। আৰক্ষীয়ে আটক কৰা কনিষ্টবলজনে সাংবাদিকক প্ৰহাৰ কৰিবলৈও উদ্যত হয়। আৰক্ষীয়ে আটক কৰাৰ পিছতো কেমেৰাৰ সন্মুখত নৃত্য মাতাল কনিষ্টবলজনৰ। হাস্পতালখনত নিৰাপত্তাৰ দায়িত্বত আছিল কনিষ্টবলজন।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
First published: September 11, 2019, 9:24 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading