মৰিগাঁৱত ভয়ংকৰ দুৰ্ঘটনা, ট্ৰাকৰ খুন্দাত থিতাতে নিহত এজন আৰক্ষী কনিষ্টবল

মিকিৰভেটা আৰক্ষী থানাত কৰ্মৰত আছিল ফিৰোজ আলী, মটৰ চাইকেলেৰে ঘৰলৈ গৈ থকাৰ পথতে দুৰ্ঘটনাত পতিত

News18-Assam
Updated:October 25, 2019, 9:28 AM IST
মৰিগাঁৱত ভয়ংকৰ দুৰ্ঘটনা, ট্ৰাকৰ খুন্দাত থিতাতে নিহত এজন আৰক্ষী কনিষ্টবল
মিকিৰভেটা আৰক্ষী থানাত কৰ্মৰত আছিল ফিৰোজ আলী, মটৰ চাইকেলেৰে ঘৰলৈ গৈ থকাৰ পথতে দুৰ্ঘটনাত পতিত
News18-Assam
Updated: October 25, 2019, 9:28 AM IST

  • মৰিগাঁৱত পথ দুৰ্ঘটনাত নিহত এজন আৰক্ষী কনিষ্টবল

  • ট্ৰাকৰ খুন্দাত নিহত ফিৰোজ আলী নামৰ কনিষ্টবলজন


  • মিকিৰভেটা আৰক্ষী থানাত কৰ্মৰত আছিল ফিৰোজ আলী

  • মটৰ চাইকেলেৰে ঘৰলৈ গৈ থকাৰ পথতে দুৰ্ঘটনাত পতিত

  • চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় ফিৰোজ আলীৰ

  • মৰিগাঁৱৰ সাতগাঁৱত সংঘটিত হয় এই পথ দুৰ্ঘটনা


  • দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকসহ চালকৰ পলায়ন

আৰু চাওক পৰৱৰ্তী বাতৰি