মুখ্যপৃষ্ঠা »খবৰ »অসম »গোলাঘাটত গ্ৰেপ্তাৰ হ’ল আৰক্ষী কনিষ্টবল, কি কৰিছিল কনিষ্টবল অনন্ত বৰাই?

গোলাঘাটত গ্ৰেপ্তাৰ হ’ল আৰক্ষী কনিষ্টবল, কি কৰিছিল কনিষ্টবল অনন্ত বৰাই?

অনন্ত বৰা কনিষ্টবল জন ঘৰ ঘিলাধাৰীৰ চ'চলিষ্টপথাৰত বুলি জানিব পৰা গৈছে।

অনন্ত বৰা কনিষ্টবল জন ঘৰ ঘিলাধাৰীৰ চ'চলিষ্টপথাৰত বুলি জানিব পৰা গৈছে।

অনন্ত বৰা কনিষ্টবল জন ঘৰ ঘিলাধাৰীৰ চ'চলিষ্টপথাৰত বুলি জানিব পৰা গৈছে।

  • Share this:
অৰুণাচলী সুৰা সৰবৰাহৰ লগত জড়িত থকাৰ বাবে গ্ৰেপ্তাৰ গোলাঘাট জামুগুৰি আৰক্ষী থানাৰ কনিষ্টবল অনন্ত বৰা। জামুগুৰি থানাৰ আৰক্ষীয়ে বিশেষ সূত্ৰে পম খেদি গ্ৰেপ্তাৰ কৰে কনিষ্টবল জনক। উল্লেখযোগ্য যে কিছুদিন পুৰ্বে মেৰাপানীৰ পৰা জামুগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জিতু মেচ নামৰ আন এজন ব্যক্তিক। ইফালে অনন্ত বৰা কনিষ্টবল জন ঘৰ ঘিলাধাৰীৰ চ'চলিষ্টপথাৰত বুলি জানিব পৰা গৈছে।

শেহতীয়া বাতৰি