মুখ্যপৃষ্ঠা »খবৰ »অসম »আপোন ঘৰলৈ বন্দনা! আৰক্ষীয়ে বন্দনাৰ ঘৰ আৰু চৌহদত চলালে অভিযান

আপোন ঘৰলৈ বন্দনা! আৰক্ষীয়ে বন্দনাৰ ঘৰ আৰু চৌহদত চলালে অভিযান

কালি তিনি অভিযুক্তৰ ডিএনএ ছেম্পল সংগ্ৰহ কৰা হৈছিল

কালি তিনি অভিযুক্তৰ ডিএনএ ছেম্পল সংগ্ৰহ কৰা হৈছিল

কালি তিনি অভিযুক্তৰ ডিএনএ ছেম্পল সংগ্ৰহ কৰা হৈছিল

  • Share this:

ডাবল মাৰ্ডাৰৰ তদন্ত অব্যাহত ৰাখি আৰক্ষীয়ে আজি বন্দনাক লগত লৈ তেওঁৰ পিতৃগৃহত অভিযান চলায়। আৰক্ষীয়ে হত্যাকাণ্ডৰ সময়ত পৰিধান কৰা কাপোৰৰ সন্ধানত এই অভিযান চলায়।


ইয়াৰ লগতে নুনমাটি থানাত আৰক্ষীয়ে জেৰা চলায় বন্দনা (Bandana Kalita)ক। উল্লেখ্য, ডাবল মাৰ্ডাৰত ব্যৱহৃত বাহনখন ফৰেনছিকলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য, বন্দনাৰ শাহুৱেক শংকৰী দে’ আৰু স্বামী অমৰৰ ছিন্নমুণ্ড এতিয়াও উদ্ধাৰ হোৱা নাই। এনে অৱস্থাত আৰক্ষীয়ে (Assam Police) অতি সাৱধানতাৰে তথ্য-প্ৰমাণ সংগ্ৰহ কৰি আছে।


কালি তিনি অভিযুক্তৰ ডিএনএ ছেম্পল সংগ্ৰহ কৰা হৈছিল। জি এম চি এইচৰ মৰ্গত ফৰেনছিক আৰু চিকিৎসকৰ এটা দলে তিনিওৰে ডি এন এ টেষ্টৰ নমুনা লয়।

শেহতীয়া বাতৰি