কাম দিয়াৰ প্ৰলোভনেৰে ৰঙিয়াত দেহ ব্যৱসায়ীৰ বেহা!

নিখিল বড়ো ছাত্র সন্থাই পোহৰলৈ আনে সমগ্ৰ ঘটনা

News18-Assam
Updated:November 8, 2019, 11:57 AM IST
কাম দিয়াৰ প্ৰলোভনেৰে ৰঙিয়াত দেহ ব্যৱসায়ীৰ বেহা!
প্ৰতীকী ফটো
News18-Assam
Updated: November 8, 2019, 11:57 AM IST
কাম দিয়াৰ প্ৰলোভনেৰে ৰঙিয়াত চলিছে দেহ ব্যৱসায়ীৰ বেহা। কাম দিয়াৰ প্ৰলোভন দেখুৱাই বহু যুৱতীক লিপ্ত কৰা হৈছে দেহ ব্যৱসায়ত। ৰঙিয়াত আৰক্ষীয়ে আটক কৰিছে  দেহ ব্যৱসায়ীৰে জড়িত বীণা বড়ো নামৰ এগৰাকী মহিলাক । নিখিল বড়ো ছাত্র সন্থাই পোহৰলৈ আনে সমগ্ৰ ঘটনা। পিছত এবছুৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে মহিলাগৰাকীক।

 
আৰু চাওক পৰৱৰ্তী বাতৰি