• Home
  • »
  • News
  • »
  • assam
  • »
  • চৰাইদেউ জিলাৰ সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ দুই মাফিয়াক আটক...

চৰাইদেউ জিলাৰ সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ দুই মাফিয়াক আটক...

বিগত ৬ মাহৰো অধিক সময় আৰক্ষীৰ চকুত ধুলি দি ড্ৰাগছৰ বেহা চলাই আছিল দুয়োজনে।

বিগত ৬ মাহৰো অধিক সময় আৰক্ষীৰ চকুত ধুলি দি ড্ৰাগছৰ বেহা চলাই আছিল দুয়োজনে।

বিগত ৬ মাহৰো অধিক সময় আৰক্ষীৰ চকুত ধুলি দি ড্ৰাগছৰ বেহা চলাই আছিল দুয়োজনে।

  • Share this:

  • চৰাইদেউ জিলাৰ সোণাৰিৰ অসম নগালেণ্ডৰ সীমান্তৰ নামতোলাত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ দুই ড্ৰাগছ মাফিয়াক আটক।

  • বিগত ৬ মাহৰো অধিক সময় আৰক্ষীৰ চকুত ধুলি দি ড্ৰাগছৰ বেহা চলাই আছিল দুয়োজনে।

  • আটকাধীন দুজনৰ ভিতৰত এগৰাকী মহিলা। আৰু আনগৰাকী নামতোলা হাতীকেম্পৰ ত্ৰিনাথ পৰিদা ওৰফে লাইপাতা।

  • অটকাধীন মহিলা ড্ৰাগছ ব্যৱসায়িৰ ঘৰ  নগালেণ্ডৰ মন জিলাৰ লাফা লংপমত নাম নাইলা কন্যাক।

  • গোপন সূত্ৰৰ তথ্য অনুসৰি স্থানীয় গাওঁৰক্ষী বাহিনীৰ সহযোগত অভিযান চলাই নামতোলা আৰক্ষীয়ে নিষিদ্ধ হেৰ'ইনসহ আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ মাফিয়া দুজনক।

  • মন কৰিবলগীয়া যে, ম্যানমাৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ হৈ নগালেণ্ডৰ মন জিলা হৈ চৰাইদেউ জিলাৰ নামতোলাক নিষিদ্ধ ড্ৰাগছৰ অবৈধ ঘাটি হিচাপে গঢ়ি তোলাৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছিল।

Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি