নগাঁৱৰ ৰূপহীহাটত চলিছে নেকি বিদেশীক ভাৰতীয় নাগৰিক হোৱাৰ প্ৰমাণ পত্ৰ প্ৰদানৰ অবৈধ বেহা? মেঘালয়ত গ্ৰেপ্তাৰ হোৱা এজন বাংলাদেশী যুৱকৰ মন্তব্যই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
বাংলাদেশীক ভাৰতীয় প্ৰমাণপত্ৰ যোগান ধৰা হৈছে নগাঁৱৰ ৰূপহীহাটত। বাংলাদেশীক ভাৰতীয় প্ৰমাণপত্ৰ যোগান দিয়াৰ অভিযোগত ইতিমধ্যযে ইবাদুল ইছলাম নামৰ এজন যুৱক আৰক্ষীৰ জালত পৰিছে।
শেহতীয়াকৈ এগৰাকী বাংলাদেশী যুৱকক আটক কৰিছিল মেঘালয় আৰক্ষীয়ে। আৰু বাংলাদেশী যুৱক জনৰ হাতত উদ্ধাৰ হৈছিল চামগুৰিৰ কাৱৈমাৰীৰ স্থায়ী বাসিন্দাৰ নকল প্ৰমাণপত্ৰ।
বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
- First Published :