পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হ’ল পবিতৰা অভয়াৰণ্য

News18 Assam | News18-Assam
Updated:May 5, 2021, 9:43 AM IST
পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হ’ল পবিতৰা অভয়াৰণ্য
কোৰোণাৰ ভয়াৱহ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে এই সিদ্ধান্ত ৷ (ফটো : pobitorawildlifesanctuary.wordpress.com)

কোৰোণাৰ ভয়াৱহ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে এই সিদ্ধান্ত ৷ (ফটো : pobitorawildlifesanctuary.wordpress.com)

  • Share this:
পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হ’ল পবিতৰা অভয়াৰণ্য৷ অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব অভয়াৰণ্যখন৷ কোৰোণাৰ ভয়াৱহ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে এই সিদ্ধান্ত ৷ মানুহৰ দেহৰ পৰা বন্যজন্তুৰ দেহলৈ যাতে কোৰোণা বিয়পিব নোৱাৰে তাৰ প্ৰতিও সজাগ কৰ্তৃপক্ষ৷
Published by: Sanjay Kumar Das
First published: May 5, 2021, 9:43 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি