মহানগৰীত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ চোৰাংচিকাৰী

চোৰাংচিকাৰীটোৰ নাম ৱাকুপ ওৰফে মাষ্টৰ।কাজিৰঙাৰ কেইবাটাও গঁড় হত্যা কৰা ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগ ৱাকুপৰ বিৰুদ্ধে।

News18-Assam
Updated:July 11, 2019, 8:13 AM IST
মহানগৰীত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ চোৰাংচিকাৰী
চোৰাংচিকাৰীটোৰ নাম ৱাকুপ ওৰফে মাষ্টৰ।কাজিৰঙাৰ কেইবাটাও গঁড় হত্যা কৰা ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগ ৱাকুপৰ বিৰুদ্ধে।
News18-Assam
Updated: July 11, 2019, 8:13 AM IST
মহানগৰীত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ চোৰাংচিকাৰী। চোৰাংচিকাৰীটোৰ নাম ৱাকুপ ওৰফে মাষ্টৰ।কাজিৰঙাৰ কেইবাটাও গঁড় হত্যা কৰা ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগ ৱাকুপৰ বিৰুদ্ধে। হাতীগাঁও নাগালেণ্ড গেষ্ট হাউচৰ পৰা গ্ৰেপ্তাৰ চোৰাংচিকাৰীটোক। ক্ৰাইম বাঞ্চ আৰু SIB-এ চলাইছিল অভিযান। গ্ৰেপ্তাৰৰ পাছতে ৱাকুপক লৈ যোৱা হয় কাজিৰঙালৈ।
আৰু চাওক পৰৱৰ্তী বাতৰি