অসমৰ মুখ্যমন্ত্ৰী শ্ৰী @himantabiswaৰ সৈতে কথা পাতি ৰাজ্যখনৰ ভিন্ন অঞ্চলৰ বান পৰিস্থিতিৰ বুজ ল'লো। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে কেন্দ্ৰৰ তৰফৰ পৰা যথাসম্ভৱ সহায় আগবঢ়োৱাৰ নিশ্চিতি দিছো। বানাক্ৰান্ত অঞ্চলত থকাসকলৰ সুৰক্ষা আৰু কল্যাণৰ বাবে প্ৰাৰ্থনা জনাইছো।
— Narendra Modi (@narendramodi) August 31, 2021
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|