உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam Flood: মুখ্যমন্ত্ৰীৰ সৈতে ফোনযোগে অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ! অসমীয়া ভাষাত টুইট কৰিলে প্ৰধানমন্ত্ৰীয়ে...

    Assam Flood: মুখ্যমন্ত্ৰীৰ সৈতে ফোনযোগে অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ! অসমীয়া ভাষাত টুইট কৰিলে প্ৰধানমন্ত্ৰীয়ে...

    file photo

    file photo

    অসমৰ বান (Assam Flood) পৰিস্থিতিৰ বুজ ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Narendra Modi)। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) সৈতে ফোনযোগে বাৰ্তালাপ প্ৰধানমন্ত্ৰীগৰাকীৰ।

    • Share this:
    অসমৰ বান (Assam Flood) পৰিস্থিতিৰ বুজ ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Narendra Modi)। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) সৈতে ফোনযোগে বাৰ্তালাপ প্ৰধানমন্ত্ৰীগৰাকীৰ। কেন্দ্ৰৰ ফালৰ পৰা সহায় আগবঢ়োৱাৰো আশ্বাস দিয়ে মোদীয়ে। অসমীয়া ভাষাতে টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে জনায় এই কথা...
    Published by:Kokil Sarma
    First published: