Assam Boat Tragedy: অসমৰ যোৰহাট জিলাৰ নিমাতীঘাটৰ ভয়াৱহ নাও দুৰ্ঘটনাক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদীয়ে টুইটযোগে কয়, 'অসমত সংঘটিত নাওঁ দুৰ্ঘটনাই শোকাহত কৰিছে। যাত্ৰীসকলক উদ্ধাৰ কৰাৰ বাবে সম্ভৱপৰ সকলো প্ৰয়াস কৰি থকা হৈছে। সকলোৰে সুৰক্ষা আৰু কল্যাণৰ বাবে প্ৰাৰ্থনা জনাইছো।'

Assam Boat Tragedy: অসমৰ যোৰহাট জিলাৰ নিমাতীঘাটৰ ভয়াৱহ নাও দুৰ্ঘটনাক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi)। নৰেন্দ্ৰ মোদীয়ে টুইটযোগে কয়, 'অসমত সংঘটিত নাওঁ দুৰ্ঘটনাই শোকাহত কৰিছে। যাত্ৰীসকলক উদ্ধাৰ কৰাৰ বাবে সম্ভৱপৰ সকলো প্ৰয়াস কৰি থকা হৈছে। সকলোৰে সুৰক্ষা আৰু কল্যাণৰ বাবে প্ৰাৰ্থনা জনাইছো।'
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|