২৩ জানুৱাৰীত যোৰহাটলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
News18 AssamNews18 Assam
|
News18-Assam Updated:January 13, 2021, 4:06 PM IST
যোৰহাটৰ চটাইস্থিত JISTৰ চৌহদত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।
যোৰহাটৰ চটাইস্থিত JISTৰ চৌহদত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।
২৩ জানুৱাৰীত উজনিৰ যোৰহাটলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসমত এক লাখ ভূমিপট্টা বিতৰণৰ আনুষ্ঠানিক কাৰ্যসূচীত উপস্থিত থাকিব প্ৰধানমন্ত্ৰীগৰাকী। যোৰহাটৰ চটাইস্থিত JISTৰ চৌহদত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।
Published by:
Sanjay Kumar Das
First published:
January 13, 2021, 4:06 PM IST