உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ২৩ জানুৱাৰীত যোৰহাটলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

    ২৩ জানুৱাৰীত যোৰহাটলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

    যোৰহাটৰ চটাইস্থিত JISTৰ চৌহদত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।

    যোৰহাটৰ চটাইস্থিত JISTৰ চৌহদত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।

    যোৰহাটৰ চটাইস্থিত JISTৰ চৌহদত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।

    • Share this:

    ২৩ জানুৱাৰীত উজনিৰ যোৰহাটলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসমত এক লাখ ভূমিপট্টা বিতৰণৰ আনুষ্ঠানিক কাৰ্যসূচীত উপস্থিত থাকিব প্ৰধানমন্ত্ৰীগৰাকী। যোৰহাটৰ চটাইস্থিত JISTৰ চৌহদত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।

    Published by:Sanjay Kumar Das
    First published: