প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণত CAAৰ প্ৰসংগ, মুখ্যমন্ত্ৰী সোণোৱালৰ মুখত সন্তুষ্টিৰ ভাৱ!

News18 Assam | News18-Assam
Updated:February 7, 2020, 2:37 PM IST
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণত CAAৰ প্ৰসংগ, মুখ্যমন্ত্ৰী সোণোৱালৰ মুখত সন্তুষ্টিৰ ভাৱ!
কোকৰাঝাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ। বিভিন্ন দিশত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

কোকৰাঝাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ। বিভিন্ন দিশত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

  • Share this:
কোকৰাঝাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ। বিভিন্ন দিশত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ভাষণত স্থান পাই নাগৰিকত্ব সংশোধনী আইনৰ প্ৰসংগ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত নাগৰিকত্ব সংশোধনী আইনৰ কথা শুনি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুখত দেখা গ’ল সন্তুষ্টিৰ ভাৱ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ‘ CAAৰ জৰিয়তে বাহিৰৰ পৰা মানুহ আহিব বুলি প্ৰচাৰ চলি আছে ৷ মই অসমবাসীক জনাব বিচাৰো যে CAAৰ জৰিয়তে কোনো বিদেশী নাহে, আহিবলৈ দিয়া নহ’ব। মোৰ ওপৰত বিশ্বাস ৰাখক, এই বিশ্বাস অথলে নাযায় ৷ মা কামাখ্যাক বিশ্বাস কৰক।’
আৰু চাওক
পৰৱৰ্তী বাতৰি