পি এম কিষাণ আঁচনিত দুৰ্নীতিৰ তদন্তৰ নিৰ্দেশ কৃষি মন্ত্ৰী অতুল বৰাৰ

তিনিদিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ।

News18-Assam
Updated:August 4, 2019, 11:39 AM IST
পি এম কিষাণ আঁচনিত দুৰ্নীতিৰ তদন্তৰ নিৰ্দেশ কৃষি মন্ত্ৰী অতুল বৰাৰ
তিনিদিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ।
News18-Assam
Updated: August 4, 2019, 11:39 AM IST
মৰিগাঁও জিলাত পি এম কিষাণ আঁচনিৰ দুৰ্নীতিৰ অভিযোগৰ তদন্তৰ নিৰ্দেশ দিছে কৃষি মন্ত্ৰী অতুল বৰাই। উপ–কৃষি সঞ্চালক নৃপেন মেধিক তদন্তৰ দায়িত্ব দিয়া হৈছে। তিনিদিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ। মৰিগাঁও জিলাত এই আঁচনিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি