• Home
  • »
  • News
  • »
  • assam
  • »
  • কাৰ ভুল? কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থকা সভাৰ স্ক্ৰীণত চলিল অশ্লীল ভিডিও, জোৰদাৰ গতিত আগবাঢ়িছে তদন্ত...

কাৰ ভুল? কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থকা সভাৰ স্ক্ৰীণত চলিল অশ্লীল ভিডিও, জোৰদাৰ গতিত আগবাঢ়িছে তদন্ত...

সভা চলি থকাৰ মাজতে মঞ্চৰ পিছফালে থকা স্ক্ৰীনত চলিল আশ্লীল ভিডিঅ' ।

সভা চলি থকাৰ মাজতে মঞ্চৰ পিছফালে থকা স্ক্ৰীনত চলিল আশ্লীল ভিডিঅ' ।

সভা চলি থকাৰ মাজতে মঞ্চৰ পিছফালে থকা স্ক্ৰীনত চলিল আশ্লীল ভিডিঅ' ।

  • Share this:

  • শনিবাৰে তিনিচুকীয়াত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থকা সভাত ঘটিল অথন্তৰ।

  • ভাৰত চৰকাৰ আৰু ইণ্ডিয়ান অইলৰ এক অনুষ্ঠানৰ মাজতে সভাৰ পিছফালে থকা স্ক্ৰীণত চলিত পৰ্ণ ভিডিও।

  • তিনিচুকীয়াৰ হোটেল দা মিৰাণাত মিঠানেল যুক্ত M15 পেট্ৰলৰ উদ্বোধনী অনুষ্ঠান চলি থকাৰ মাজতে সংঘটিত হয় অঘটনটো ।

  • সভা চলি থকাৰ মাজতে মঞ্চৰ পিছফালে থকা স্ক্ৰীনত চলিল আশ্লীল ভিডিঅ' ।

  • কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী , ৰাজ্য চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণৰ লগতে ইণ্ডিয়ান অইলৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া , তিনিচুকীয়াৰ জিলা উপায়ুক্তৰ উপস্থিতিতে সংঘটিত হয় এই অঘটনটো ।

  • ইফালে ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিছতে ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে জিলা উপায়ুক্তক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে ।

  • কাৰ গাফিলতিৰ বাবে এনে ঘটনা সংঘটিত হ'ল জানিব পৰা নাই যদিও ঘটনাস্থলীত ইতিমধ্যে তিনিচুকীয়া জিলা আৰক্ষীৰ লগতে ক্ৰাইম ব্ৰাঞ্চৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰি সভাখনত কম্পিউটাৰ পৰিচালনা কৰা কম্পিউটাৰ অপাৰেটৰগৰাকীক সোধাপোছা অব্যাহত ৰাখিছে।

Published by:Himangshu Bhuyan
First published: