প্লাষ্টিকৰ বটল OUT, আইনাৰ বটলে স্থান পালে NECৰ বৈঠকত

খানাপাৰাৰ প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত উত্তৰ পূব পৰিষদৰ বৈঠকত ব্যৱহাৰ কৰা দেখা গ’ল কাঁচৰ বটল৷

News18-Assam
Updated:September 8, 2019, 6:34 PM IST
প্লাষ্টিকৰ বটল OUT, আইনাৰ বটলে স্থান পালে NECৰ বৈঠকত
খানাপাৰাৰ প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত উত্তৰ পূব পৰিষদৰ বৈঠকত ব্যৱহাৰ কৰা দেখা গ’ল কাঁচৰ বটল৷
News18-Assam
Updated: September 8, 2019, 6:34 PM IST
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্লাষ্টিকমুক্ত দেশ গঢ়াৰ সপোন বাস্তৱায়িত হোৱাৰ দিশে৷ ২ অক্টোবৰৰ গান্ধী জয়ন্তীত প্ৰধানমন্ত্ৰীয়ে দেশবাসীক প্লাষ্টিক বৰ্জনৰ আহ্বান জনোৱাৰ পূৰ্বে দেওবাৰে খানাপাৰাৰ প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত উত্তৰ পূব পৰিষদৰ বৈঠকত ব্যৱহাৰ কৰা দেখা গ’ল কাঁচৰ বটল৷ সাধাৰণতে দেখা প্লাষ্টিকৰ বটলৰ ঠাইত প্ৰতিগৰাকী অভ্যাগতৰ সন্মুখত ৰখা দেখা গ’ল কাঁচৰ বটল৷ সাধাৰণতে, এনেধৰণৰ অনুষ্ঠানসমূহত প্লাষ্টিকৰ পানীৰ বটল ব্যৱহাৰ কৰা দেখা যায় যদিও আজি দেখা গ’ল তাৰ ব্যতিক্ৰম দৃশ্য।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি