• Home
  • »
  • News
  • »
  • assam
  • »
  • কাক গোলাপ ফুল দিলে পৰিবহণ বিভাগৰ অভিযানকাৰী বিষয়াই? দুচকীয়া বাহনৰ ক্ষেত্ৰত আজিৰে পৰা গুৱাহাটী মহানগৰীত প্ৰযোজ্য হৈছে বিশেষ নিয়ম

কাক গোলাপ ফুল দিলে পৰিবহণ বিভাগৰ অভিযানকাৰী বিষয়াই? দুচকীয়া বাহনৰ ক্ষেত্ৰত আজিৰে পৰা গুৱাহাটী মহানগৰীত প্ৰযোজ্য হৈছে বিশেষ নিয়ম

মহিলা আৰোহীৰ লগতে ৫ বছৰৰ ওপৰৰ শিশুৱেও আজিৰে পৰা পৰিধান কৰিব লাগিব হেলমেট। অন্যথা অনষ্পট হ'ব জৰিমনা।

মহিলা আৰোহীৰ লগতে ৫ বছৰৰ ওপৰৰ শিশুৱেও আজিৰে পৰা পৰিধান কৰিব লাগিব হেলমেট। অন্যথা অনষ্পট হ'ব জৰিমনা।

মহিলা আৰোহীৰ লগতে ৫ বছৰৰ ওপৰৰ শিশুৱেও আজিৰে পৰা পৰিধান কৰিব লাগিব হেলমেট। অন্যথা অনষ্পট হ'ব জৰিমনা।

  • Share this:
আজিৰে পৰা গুৱাহাটী মহানগৰীত প্ৰযোজ্য হ'ল নতুন নিয়ম। দুচকীয়া বাহনৰ চালক, আৰোহীয়ে পৰিধান কৰিব লাগিব হেলমেট।হেলমেট পৰিধান নকৰা সকলৰ বিৰুদ্ধে আজিৰ পৰাই বিভাগটোৱে বিহিলে ১০০০ টকাৰ জৰিমনা।

মহিলা আৰোহীৰ লগতে ৫ বছৰৰ ওপৰৰ শিশুৱেও আজিৰে পৰা পৰিধান কৰিব লাগিব হেলমেট। অন্যথা অনষ্পট হ'ব জৰিমনা।

ইফালে,কামৰূপ জিলা পৰিবহণ বিভাগে প্ৰৱৰ্তন কৰা নতুন নিয়ম অনুসৰণ কৰা সকলক এপাহকৈ গোলাপ ফুলেৰে সম্ভাষণ জনাই অভিযানকাৰী বিষয়াই। লগতে সকলোকে এই নিয়ম মানি চলিবলৈ আহ্বান জনাই।

দুৰ্ঘটনা হ্ৰাসৰ বাবে ৰাজ্যৰ পৰিবহণ বিভাগে ধাৰ্য কৰিছে এই নিয়ম। জানিব পৰা মতে, কম দিনৰ ভিতৰতে গুৱাহাটী মহানগৰীৰল লগতে ৰাজ্যৰ অন্যান্য জিলাতো বলৱত্ হ'ব এই নিয়ম।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Himangshu Bhuyan
First published: