গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত গাহৰিসহ তিনিখন ট্ৰাক জব্দ কৰে আৰক্ষীয়ে। তিনিখন ট্ৰাকত ১৬৫টা গাহৰি আছিল যদিও ইয়াৰে এটা গাহৰিৰ মৃত্যু হৈছে।
বহিঃৰাজ্যৰ পৰা গাহৰি কঢ়িয়াই অসমত প্ৰৱেশ কৰি অসম-বংগ সীমান্ত গ্ৰাম্য পথেৰে গোপন যাবলৈ ধৰাত শিমুলটাপু আৰক্ষীয়ে জব্দ কৰে তিনিখন গাহৰিভৰ্তি ট্ৰাক। পৰৱৰ্তী সময়ত জব্দকৃত গাহৰিসমূহ পৰীক্ষা কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি পশু বিভাগে জানিবলৈ দিয়ে।
বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
- First Published :