• Home
  • »
  • News
  • »
  • assam
  • »
  • মহানগৰীৰ চিটী বাছত পুনৰ পকেটমাৰ, গণেশগুৰিত খেদি খেদি ধৰিলে মকেটমাৰক

মহানগৰীৰ চিটী বাছত পুনৰ পকেটমাৰ, গণেশগুৰিত খেদি খেদি ধৰিলে মকেটমাৰক

১৫ হাজাৰ টকা লুটি পলাবলৈ লওতে আটক পকেটমাৰটো৷ ধৃত পকেটমাৰটো হাতীগাৱৰ আব্দুল ৰচিদ৷

১৫ হাজাৰ টকা লুটি পলাবলৈ লওতে আটক পকেটমাৰটো৷ ধৃত পকেটমাৰটো হাতীগাৱৰ আব্দুল ৰচিদ৷

১৫ হাজাৰ টকা লুটি পলাবলৈ লওতে আটক পকেটমাৰটো৷ ধৃত পকেটমাৰটো হাতীগাৱৰ আব্দুল ৰচিদ৷

  • Share this:
মহানগৰীৰ চিটি বাছত পুণৰ পকেট মাৰ৷ গণেশগুৰিত খেদি খেদি ধৰিলে মকেটমাৰক৷ শশীকান্ত গগৈ নামৰ এগৰাকী লোকৰ পৰা লুটিছিল টকা৷ ১৫ হাজাৰ টকা লুটি পলাবলৈ লওতে আটক পকেটমাৰটো৷ ধৃত পকেটমাৰটো হাতীগাৱৰ আব্দুল ৰচিদ৷ পকেটমাৰ চক্ৰৰ আন এজনৰ নাম প্ৰকাশ ধৃত আব্দুলৰ৷ বাদচাহ নামৰ আন এটা পকেটমাৰৰ নাম প্ৰকাশ আৰক্ষীৰ ওচৰত৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি