• Home
  • »
  • News
  • »
  • assam
  • »
  • দক্ষিণ কামৰূপৰ নগৰবেৰাত PFI কৰ্মীৰ প্ৰতিবাদ

দক্ষিণ কামৰূপৰ নগৰবেৰাত PFI কৰ্মীৰ প্ৰতিবাদ

দক্ষিণ কামৰূপৰ নগৰবেৰাৰ জামলৈই, বিদ্যানগৰ তথা বখুৰাদিয়াৰ পৰা যোৱা নিশা NIAই গ্ৰেপ্তাৰ কৰে চাৰিজনকৈ পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া চমুকৈ PFIৰ নেতা-কৰ্মী৷

  • Share this:
দক্ষিণ কামৰূপৰ নগৰবেৰাত PFI কৰ্মীৰ প্ৰতিবাদ৷ প্ৰতিবাদী কাৰ্যসূচী অংশ গ্ৰহণ একাংশ স্থানীয় ৰাইজৰো৷ PFI নেতা-কৰ্মীৰ মুক্তিৰ দাবীত এই প্ৰতিবাদ৷ পথ অৱৰোধ কৰি শতাধিক PFI কৰ্মীয়ে সাব্যস্ত কৰিলে কৰিলে প্ৰতিবাদ৷

দক্ষিণ কামৰূপৰ নগৰবেৰাৰ জামলৈই, বিদ্যানগৰ তথা বখুৰাদিয়াৰ পৰা যোৱা নিশা NIAই গ্ৰেপ্তাৰ কৰে চাৰিজনকৈ পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া চমুকৈ PFIৰ নেতা-কৰ্মী৷ গ্ৰেপ্তাৰ হয় PFIৰ নেতা ক্ৰমে জামলাইৰ আব্দুল ৰেজ্জাক, ৰবিউল হুছেইন, বখুৰাদিয়াৰ নজৰুল ইছলাম ভূঞা, বিদ্যনগৰৰ ৰফিকুল ইছলাম৷

সূত্ৰৰ পৰা জানিব পৰা মতে, আব্দুল ৰেজ্জাক, নজৰুল ইছলাম ভূঞা পুপুলাৰ ফ্ৰণ্টৰ অসম ৰাজ্যিক সম্পাদক৷ ৰবিউল হুছাইন পুপুলাৰ ফ্ৰণ্টৰ কামৰূপ জিলা সমিতিৰ সভাপতি৷ ৰফিকুল ইছলাম ৰাজ্যিক পৰ্যায়ৰ কৰ্মকৰ্তা৷ নগৰবেৰাৰ থানাৰ সন্মুখৰ পথ অৱৰোধ কৰি বিনাচৰ্তে গ্ৰেপ্তাৰ কৰা লোককেইজনক মুক্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷
Published by:Sanjay Kumar Das
First published: