• Home
  • »
  • News
  • »
  • assam
  • »
  • দেশজুৰি PFIৰ বিৰুদ্ধে অভিযান চলি থকা সময়তে কৰিমগঞ্জৰ পৰা আটক PFIৰ এজন সদস্যক

দেশজুৰি PFIৰ বিৰুদ্ধে অভিযান চলি থকা সময়তে কৰিমগঞ্জৰ পৰা আটক PFIৰ এজন সদস্যক

কৰিমগঞ্জৰ বদৰপুৰ আৰক্ষী থানাৰ অন্তৰ্গত লামাজুয়াৰ গাঁৱৰ আব্দুল কায়ুমৰ পুত্ৰ বজলুল কৰিম। পুৱতি নিশা বাজলুলক আটক কৰি লৈ যোৱা হৈছে গুৱাহাটীলৈ।

  • Share this:
দেশজুৰি PFIৰ বিৰুদ্ধে অভিযান চলি থকা সময়তে কৰিমগঞ্জৰ পৰা আটক কৰা হৈছে PFIৰ এজন সদস্যক। কৰিমগঞ্জৰ বদৰপুৰ আৰক্ষী থানা এলাকাৰ লামাজুয়াৰ এলাকাৰ পৰা আৰক্ষীয়ে আটক কৰিলে বজলুল কৰিম নামৰ এজন PFI সদস্যক। আজি পুৱা আৰক্ষীয়ে অভিযান চলাই আটক কৰিলে বজলুলক। কৰিমগঞ্জৰ বদৰপুৰ আৰক্ষী থানাৰ অন্তৰ্গত লামাজুয়াৰ গাঁৱৰ আব্দুল কায়ুমৰ পুত্ৰ বজলুল কৰিম। পুৱতি নিশা বাজলুলক আটক কৰি লৈ যোৱা হৈছে গুৱাহাটীলৈ।
Published by:Sanjay Kumar Das
First published: