
নিশা কাৱৈমাৰীস্থিত বাসগৃহৰ পৰা আটক কৰিছে জিলা সভাপতি ৰহমতউল্লাহ কাছিমীক।
নিশা কাৱৈমাৰীস্থিত বাসগৃহৰ পৰা আটক কৰিছে জিলা সভাপতি ৰহমতউল্লাহ কাছিমীক।
নগাঁৱৰ চামগুৰিৰ পৰা নিশা আটক PFIৰ জিলা সভাপতিক। নিশা কাৱৈমাৰীস্থিত বাসগৃহৰ পৰা আটক কৰিছে জিলা সভাপতি ৰহমতউল্লাহ কাছিমীক। চামগুৰিৰ কাৱৈমাৰীত ঘৰ ৰহমতউল্লাহ কাছিমীৰ। জানিব পৰা মতে, আৰক্ষীৰ বিশেষ শাখাই আটক কৰে কাছিমীক। ইয়াৰ পূৰ্বেও পাকিস্তানৰ সমৰ্থনত ছচিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰি আটক হৈছিল কাছিমী।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|