তৈল কোম্পানীৰ প্ৰৱঞ্চনাৰ প্ৰতিবাদত এই সিদ্ধান্ত তেল ডিপো মালিক সন্থাৰ।
তৈল কোম্পানীৰ প্ৰৱঞ্চনাৰ প্ৰতিবাদত এই সিদ্ধান্ত তেল ডিপো মালিক সন্থাৰ।
আজি গুৱাহাটী মহানগৰীত নাপাব পে’ট্ৰল আৰু ডিজেল। আজি পুৱা ৫ বজাৰ পৰা কাইলৈ পুৱা ৫ বজালৈ বন্ধ থাকিব গুৱাহাটী মহানগৰীৰ সকলো পে’ট্ৰল ডিপো। তৈল কোম্পানীৰ প্ৰৱঞ্চনাৰ প্ৰতিবাদত এই সিদ্ধান্ত তেল ডিপো মালিক সন্থাৰ। ১৫ মে’ত সমস্যা সমাধান নহ’লে অনিৰ্দিষ্টকাললৈ বন্ধৰ ডিপোসমূহ বন্ধৰ হুংকাৰ। ১৬ মে’ৰ পুৱা ৫ বজাৰ পৰা সকলো ডিপো বন্ধ কৰি দিয়াৰ ঘোষণা।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|