গুৱাহাটী মহানগৰীত পেট্ৰল-ডিজেলৰ দামত কোনো সাল-সলনি হোৱা নাই যদিও ৰাজ্যৰ বহুকেইখন জিলাত কিন্তু বাঢ়িছে দাম।
গুৱাহাটী মহানগৰীত পেট্ৰল-ডিজেলৰ দামত কোনো সাল-সলনি হোৱা নাই যদিও ৰাজ্যৰ বহুকেইখন জিলাত কিন্তু বাঢ়িছে দাম।
শনিবাৰৰ দিনটোত গুৱাহাটী মহানগৰীত কোনো ধৰণৰ সালসলনি হোৱা নাই পেট্ৰ'ল-ডিজেলৰ
(Petrol Price Today) দাম। দেওবাৰে গুৱাহাটী মহানগৰীত প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম ৯৪.৫৮ টকা। সেইদৰে ডিজেলৰ দাম ৮১.৬৯ টকা। গুৱাহাটী মহানগৰীত পেট্ৰল-ডিজেলৰ দামত কোনো সাল-সলনি হোৱা নাই যদিও ৰাজ্যৰ বহুকেইখন জিলাত কিন্তু বাঢ়িছে দাম।
- যোৰহাটত পেট্ৰলৰ দামঃ ৯৫.১১ টকা। প্ৰতি লিটাৰ ডিজেলৰ দাম ৮১.৬৯ টকা।
- লখিমপুৰত প্ৰতিলিটাৰ ডিজেলৰ দাম ৮২.৭৮ টকা হৈছেগৈ। সেইদৰে
প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম হৈছেগৈ ৯৬.৫৫ টকা।
- ডিব্ৰুগড়ত প্ৰতি লিটাৰ পেট্ৰলত ০.৬৮ পইচা বৃদ্ধি পাই হৈছেগৈ ৯৫.৫৫ টকা। সেইদৰে প্ৰতিলিটাৰ ডিজেলত ৫৩ পইচা বৃদ্ধি পাই হৈছেগৈ ৮২.০২ টকা।
- তিনিচুকীয়াত প্ৰতি লিটাৰ ডিজেলত ২৫ পইচা বৃদ্ধি পাই ৮১.৫০ টকা হৈছেগৈ। সেইদৰে প্ৰতি লিটাৰ পেট্ৰলত ০.৩২ পইচা বৃদ্ধি পাই হৈছেগৈ ৯৪.৮৫ টকা।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|