உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Petrol-Diesel Price in Guwahati: হ্ৰাস পাইছে পেট্ৰ'ল-ডিজেলৰ দাম! জানি লওক আজিৰ দিনটোত আপোনাৰ জিলাত প্ৰতি লিটাৰ পেট্ৰ'ল-ডিজেলৰ দাম কিমান?

    Petrol-Diesel Price in Guwahati: হ্ৰাস পাইছে পেট্ৰ'ল-ডিজেলৰ দাম! জানি লওক আজিৰ দিনটোত আপোনাৰ জিলাত প্ৰতি লিটাৰ পেট্ৰ'ল-ডিজেলৰ দাম কিমান?

    আজিৰ দিনটোত গুৱাহাটী মহানগৰীত প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ৯৪.৬৪ টকা।

    আজিৰ দিনটোত গুৱাহাটী মহানগৰীত প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ৯৪.৬৪ টকা।

    আজিৰ দিনটোত গুৱাহাটী মহানগৰীত প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ৯৪.৬৪ টকা।

    • Share this:
    সামান্য হ্ৰাস পাইছে পেট্ৰ'ল-ডিজেলৰ দাম। শনিবাৰে গুৱাহাটী মহানগৰীত প্ৰতি লিটাৰ পেট্ৰ'লৰ দামত ৭৪ পইচা হ্ৰাস পাইছে। সেইদৰে ডিজেলৰ দামত ৫৫ পইচা হ্ৰাস পাইছে।

    আজিৰ দিনটোত গুৱাহাটী মহানগৰীত প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ৯৪.৬৪ টকা। সেইদৰে ডিজেলৰ দাম প্ৰতি লিটাৰত ৮১.৩৪ টকা।

    গুৱাহাটী মহানগৰীত পেট্ৰল-ডিজেলৰ দাম কিছু হ্ৰাস পাইছ যদিও ৰাজ্যৰ বহুকেইখন জিলাত কিন্তু বাঢ়িছে দাম।

    জানি লওক আপোনাৰ চহৰত পেট্ৰ'ল-ডিজেলৰ আজিৰ দিনটোৰ মূল্যঃ

    যোৰহাটঃ ৩০ পইচা বৃদ্ধি পাই প্ৰতি লিটাৰ পেট্ৰলত আজিৰ দিনটোত মূল্য ৯৫.২০ টকা। সেইদৰে ২২ পইচা বৃদ্ধি পাই প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৮১.৭৫ টকা।

    লখিমপুৰঃ ৩০ পইচা বৃদ্ধি পাই প্ৰতি লিটাৰ পেট্ৰলত আজিৰ দিনটোত মূল্য ৯৭.১১ টকা। সেইদৰে ২২ পইচা বৃদ্ধি পাই প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৮৩.২০ টকা।

    তিনিচুকীয়াঃ ২ পইচা হ্ৰাস পাই প্ৰতি লিটাৰ পেট্ৰলত আজিৰ দিনটোত মূল্য ৯৪.৮৫ টকা। সেইদৰে ১ পইচা হ্ৰাস পাই প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৮১.৫০ টকা।

    ডিব্ৰুগড়ঃ ৪৫ পইচা বৃদ্ধি পাই প্ৰতি লিটাৰ পেট্ৰলত আজিৰ দিনটোত মূল্য ৯৫.২১ টকা। সেইদৰে ৩৫ পইচা বৃদ্ধি পাই প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৮১.৭৭ টকা।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Himangshu Bhuyan
    First published: