সামান্য হ্ৰাস পাইছে পেট্ৰ'ল-ডিজেলৰ দাম। শনিবাৰে গুৱাহাটী মহানগৰীত প্ৰতি লিটাৰ পেট্ৰ'লৰ দামত ৭৪ পইচা হ্ৰাস পাইছে। সেইদৰে ডিজেলৰ দামত ৫৫ পইচা হ্ৰাস পাইছে।
আজিৰ দিনটোত গুৱাহাটী মহানগৰীত প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ৯৪.৬৪ টকা। সেইদৰে ডিজেলৰ দাম প্ৰতি লিটাৰত ৮১.৩৪ টকা।
গুৱাহাটী মহানগৰীত পেট্ৰল-ডিজেলৰ দাম কিছু হ্ৰাস পাইছ যদিও ৰাজ্যৰ বহুকেইখন জিলাত কিন্তু বাঢ়িছে দাম।
জানি লওক আপোনাৰ চহৰত পেট্ৰ'ল-ডিজেলৰ আজিৰ দিনটোৰ মূল্যঃযোৰহাটঃ ৩০ পইচা বৃদ্ধি পাই প্ৰতি লিটাৰ পেট্ৰলত আজিৰ দিনটোত মূল্য ৯৫.২০ টকা। সেইদৰে ২২ পইচা বৃদ্ধি পাই প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৮১.৭৫ টকা।
লখিমপুৰঃ ৩০ পইচা বৃদ্ধি পাই প্ৰতি লিটাৰ পেট্ৰলত আজিৰ দিনটোত মূল্য ৯৭.১১ টকা। সেইদৰে ২২ পইচা বৃদ্ধি পাই প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৮৩.২০ টকা।
তিনিচুকীয়াঃ ২ পইচা হ্ৰাস পাই প্ৰতি লিটাৰ পেট্ৰলত আজিৰ দিনটোত মূল্য ৯৪.৮৫ টকা। সেইদৰে ১ পইচা হ্ৰাস পাই প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৮১.৫০ টকা।
ডিব্ৰুগড়ঃ ৪৫ পইচা বৃদ্ধি পাই প্ৰতি লিটাৰ পেট্ৰলত আজিৰ দিনটোত মূল্য ৯৫.২১ টকা। সেইদৰে ৩৫ পইচা বৃদ্ধি পাই প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৮১.৭৭ টকা।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|