চতুৰ্থদিনাও হ্ৰাস পেট্ৰ’ল–ডিজেলৰ মূল্য, গুৱাহাটীত আজি ইমান দাম

প্ৰতি লিটাৰত ২২ পইছা আৰু ১০ পইছাকৈ হ্ৰাস পেট্ৰ’ল–ডিজেলৰ মূল্য, শীঘ্ৰে আৰু হ্ৰাস হোৱাৰ সম্ভাৱনা।

news18assam
Updated:May 10, 2019, 1:07 PM IST
চতুৰ্থদিনাও হ্ৰাস পেট্ৰ’ল–ডিজেলৰ মূল্য, গুৱাহাটীত আজি ইমান দাম
প্ৰতি লিটাৰত ২২ পইছা আৰু ১০ পইছাকৈ হ্ৰাস পেট্ৰ’ল–ডিজেলৰ মূল্য, শীঘ্ৰে আৰু হ্ৰাস হোৱাৰ সম্ভাৱনা।
news18assam
Updated: May 10, 2019, 1:07 PM IST
শুক্ৰবাৰে গুৱাহাটীত প্ৰতি লিটাৰ পে’ট্ৰলৰ মূল্য ৭২.১৭ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৬৬.৯৩ টকা

দেশৰ অন্যান্য ৰাজ্যতো হ্ৰাস পাইছে পেট্ৰ’ল–ডিজেলৰ মূল্য।
শুক্ৰবাৰে দেশৰ চাৰি খন ডাঙৰ ঠাইত ২০ৰ পৰা ২৩ পইছা পৰ্যন্ত হ্ৰাস পাইছে পেট্ৰ’ল–ডিজেলৰ মূল্য । অইল ইণ্ডিয়াৰ ৱেবচাইটত প্ৰকাশ কৰা তথ্য অনুসৰি শুক্ৰবাৰে দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ৭২.৬৩ টকা ।

সেইদৰে প্ৰতি লিটাৰ ডিজেলতো প্ৰায় ২০ ৰ পৰা ২৩ পইছা পৰ্যন্ত কমিছে মূল্য । মুম্বাইত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য হৈছেগৈ ৭৮.২৩ টকা ।
আন্ত ৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ বাবেই হ্ৰাস পাইছে পেট্ৰ’ল–ডিজেলৰ মূল্য।
কলিকতা আৰু চেন্নাইটো হ্ৰাস পাইছে পেট্ৰ’ল–ডিজেলৰ মূল্য।
আন্ত:ৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য ৭০ ডলাৰ প্ৰতি বেৰলৰ তললৈ হ্ৰাস পোৱাৰ বাবেই যোৱা ৭ দিন ধৰি সমগ্ৰ বিশ্বতে হ্ৰাস পাইছে পেট্ৰ’ল–ডিজেলৰ মূল্য। যাৰ প্ৰভাৱ ভাৰতৰ বজাৰতো পৰা পৰিলক্ষিত হৈছে ।
আৰু চাওক পৰৱৰ্তী বাতৰি