পেট্ৰ’ল–ডিজেলৰ দাম বাঢ়িল, গুৱাহাটীত আজি কিমান?

News18-Assam
Updated:May 20, 2019, 11:47 AM IST
পেট্ৰ’ল–ডিজেলৰ দাম বাঢ়িল, গুৱাহাটীত আজি কিমান?
প্ৰতিলিটাৰ পেট্ৰ’লত আজি ৯ পইচাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ১৬ পইচাকৈ

প্ৰতিলিটাৰ পেট্ৰ’লত আজি ৯ পইচাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ১৬ পইচাকৈ

  • Share this:
আজি বৃদ্ধি পালে পেট্ৰ’লৰ আৰু ডিজেলৰ মূল্য। প্ৰতিলিটাৰ পেট্ৰ’লত আজি ৯ পইচাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ১৬ পইচাকৈ। গুৱাহাটী মহানগৰীত আজি পেট্ৰ’লৰ দাম ৭০.৬০ টকা আৰু ডিজেলৰ মূল্য হ’লগৈ ৬৬.৫৫ টকা।
আৰু চাওক
পৰৱৰ্তী বাতৰি