আজি অসমৰ কোনখন চহৰত পেট্ৰ’ল–ডিজেলৰ দাম কিমান চাওক আহক।
আজি অসমৰ কোনখন চহৰত পেট্ৰ’ল–ডিজেলৰ দাম কিমান চাওক আহক।
দেশত অপ্ৰতিৰোধ্য হৈ পৰিছে পেট্ৰ'ল-ডিজেলৰ দাম। দেশৰ কোনো কোনো চহৰত শতকৰ ঘৰ অতিক্ৰম কৰিছে পেট্ৰ’লৰ দামে। দেশৰ সকলো মেট্ৰ' চহৰৰ ভিতৰত মুম্বাইতেই সৰ্বাধিক পেট্ৰ'ল-ডিজেলৰ দাম।
অসমতো দৈনিক উৰ্ধগামী হৈছে পেট্ৰ'ল-ডিজেলৰ দাম। ক্ৰমাৎ শতকৰ ঘৰৰ দিশে আগবাঢ়িছে পেট্ৰ’ল। আজি অসমৰ কোনখন চহৰত পেট্ৰ’ল–ডিজেলৰ দাম কিমান চাওক আহক।
গুৱাহাটী : প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯১.৮৬ টকা, প্ৰতিলিটাৰ ডিজেলৰ দাম ৮৬.৬৩ টকা।
যোৰহাট : প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯২.৩৯ টকা, প্ৰতিলিটাৰ ডিজেলৰ দাম ৮৭.০২ টকা।
শিলচৰ : প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯২.৫৬ টকা, প্ৰতিলিটাৰ ডিজেলৰ দাম ৮৭.২০ টকা।
তেজপুৰ : প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯২.০৫ টকা, প্ৰতিলিটাৰ ডিজেলৰ দাম ৮৬.৭৯ টকা।
লখিমপুৰ : প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯৩.৪৬ টকা, প্ৰতিলিটাৰ ডিজেলৰ দাম ৮৭.৮৪ টকা।
নগাঁও : প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯২.৪৭ টকা, প্ৰতিলিটাৰ ডিজেলৰ দাম ৮৭.০৮ টকা।
নলবাৰী : প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯২.৪৪ টকা, প্ৰতিলিটাৰ ডিজেলৰ দাম ৮৭.০৬ টকা।
শিৱসাগৰ : প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯২.৬৮ টকা, প্ৰতিলিটাৰ ডিজেলৰ দাম ৮৭.২৪ টকা।
বঙাইগাঁও : প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯২.১০ টকা, প্ৰতিলিটাৰ ডিজেলৰ দাম ৮৬.৮১ টকা।
তিনিচুকীয়া : প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯২.০৬ টকা, প্ৰতিলিটাৰ ডিজেলৰ দাম ৮৬.৭৭ টকা।
বৰপেটা : প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯২.২৭ টকা, প্ৰতিলিটাৰ ডিজেলৰ দাম ৮৬.৯৩ টকা।
ডিব্ৰুগড় : প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯২.০৪ টকা, প্ৰতিলিটাৰ ডিজেলৰ দাম ৮৬.৭৬ টকা।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|