• Home
  • »
  • News
  • »
  • assam
  • »
  • আজি মাজনিশাৰ পৰা দাম কমিব পেট্ৰ'ল-ডিজেল আৰু সুৰাৰ, জানক সুৰাৰ মূল্য কিমান কমিব

আজি মাজনিশাৰ পৰা দাম কমিব পেট্ৰ'ল-ডিজেল আৰু সুৰাৰ, জানক সুৰাৰ মূল্য কিমান কমিব

আজি সদনত ২০২১ৰ ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰ পৰ্যন্ত ছয় মাহৰ বাবে ৬০,৭৮৪.০৩ কোটি টকা মুঠ ব্যয়ৰ লেখানুদান বাজেট দাখিল কৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
আজি মাজনিশাৰ পৰা প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৫ টকালৈকে হ্ৰাস পাব৷ বিধানসভাত লেখানুদান বাজেট দাখিল কৰি এই ঘোষণা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আনহাতে, সুৰাৰ ওপৰত আৰোপ কৰা গড় হিচাপত প্ৰায় ২৫% অতিৰিক্ত উপ-কৰ উঠাই দিয়া হৈছে। কোভিড–১৯ৰ সময়ছোৱাত আৰোপ কৰা হৈছিল এই কৰ।

হিমন্ত বিশ্ব শৰ্মাৰ মতে, এই হ্রাসৰ পিছত অসমত পেট্ৰ'ল-ডিজেলৰ মূল্য গুজৰাটৰ পিছতে সৰ্বনিম্ন হ'ব। এই কৰ প্ৰত্যাহাৰ কৰাৰ ফলত অসম চৰকাৰৰ বছৰি ১১০০ কোটি টকাৰ লোকচান হ'ব।

আজি সদনত ২০২১ৰ ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰ পৰ্যন্ত ছয় মাহৰ বাবে ৬০,৭৮৪.০৩ কোটি টকা মুঠ ব্যয়ৰ লেখানুদান বাজেট দাখিল কৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by:Sanjay Kumar Das
First published: