NRCৰ পুনৰীক্ষনৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন। NRCত থকা অসংখ্য ভুল–ত্ৰুটি আঙুলিয়াই পুনৰীক্ষণৰ বাবে আবেদন জনাইছে কৰ্তৃপক্ষই। প্ৰকৃত বাসিন্দা (OI) নোহোৱা ব্যক্তিকো প্ৰকৃত বাসিন্দা হিচাপে দেখুৱাই NRCত নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ। NRCৰ পৰা বাদ পৰা ১৯ লাখৰ ভিতৰত প্ৰায় ৫০ হাজাৰ OI ব্যক্তিৰ নাম নাই প্ৰকাশিত NRCত। তাৰ বিপৰীতে অযোগ্য আৰু ঘোষিত বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ NRCত। এই সকলোবোৰ তথ্য দাঙি ধৰি NRC কতৃপক্ষই পুনৰীক্ষণৰ বাবে আবেদন জনাইছে কৰ্তৃপক্ষই।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 12, 2021, 18:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|