অসমৰ আগশাৰীৰ মহাবিদ্যালয়ৰ ছাত্ৰীৰ গোপন ভিডিঅ’ ভাইৰেল, কোনে ভাইৰেল কৰিলে গোপন ভিডিঅ’? – ক’লে ভুক্তভোগী যুৱতীয়ে

যুৱতীগৰাকীয়ে অভিযোগ কৰা মতে, মোবাইলৰ পৰা তেওঁৰ অজ্ঞাতে কোনো লোকে তথ্য চুৰি কৰি সংঘটিত কৰিছে এই দুষ্কাৰ্য।

News18-Assam
Updated:September 23, 2019, 11:11 AM IST
অসমৰ আগশাৰীৰ মহাবিদ্যালয়ৰ ছাত্ৰীৰ গোপন ভিডিঅ’ ভাইৰেল, কোনে ভাইৰেল কৰিলে গোপন ভিডিঅ’? – ক’লে ভুক্তভোগী যুৱতীয়ে
যুৱতীগৰাকীয়ে অভিযোগ কৰা মতে, মোবাইলৰ পৰা তেওঁৰ অজ্ঞাতে কোনো লোকে তথ্য চুৰি কৰি সংঘটিত কৰিছে এই দুষ্কাৰ্য।
News18-Assam
Updated: September 23, 2019, 11:11 AM IST
অসমৰ এখন আগশাৰীৰ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ আপত্তিজনক ভিডিঅ’ই চাঞ্চল্যৰ সৃষ্টি কৰিছে বিভিন্ন মহলত। ছচিয়েল মিডিয়াত এই ভিডিঅ’ক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। মাত্ৰ কেইমাহমান পূৰ্বলৈ ইনষ্টাগ্ৰামত ২২ হাজাৰ ফল’ৱাৰ থকা যুৱতীগৰাকীৰ বৰ্তমান ফল’ৱাৰৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ২ লাখ ১০ হাজাৰলৈ। কিন্তু কেনেদৰে ফাদিল হ’ল যুৱতীগৰাকীৰ এই ব্যক্তিগত গোপন ভিডিঅ’!

যুৱতীগৰাকীয়ে অভিযোগ কৰা মতে, মোবাইলৰ পৰা তেওঁৰ অজ্ঞাতে কোনো লোকে তথ্য চুৰি কৰি সংঘটিত কৰিছে এই দুষ্কাৰ্য। এই সন্দৰ্ভত ইতিমধ্যে থানাত গোচৰ দিছে যুৱতীগৰাকীয়ে। এই ভিডিঅ’ ভাইৰেল কৰা লোকসকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক আহ্বান
জনাইছে যুৱতীগৰাকীয়ে। ইতিমধ্যে একাংশ লোকক চিনাক্ত কৰাও হৈছে। আনহাতে এনে ধৰণৰ ঘটনাৰ বলি হোৱা যুৱতী আৰু বহু আছে বুলি জানিবলৈ দিয়ে যুৱতীগৰাকীয়ে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি