
পূৰ্বে তিনি বছৰ কটোৱা বন্দীক চৰ্তসাপেক্ষে মুক্তি দিয়াৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে।
পূৰ্বে তিনি বছৰ কটোৱা বন্দীক চৰ্তসাপেক্ষে মুক্তি দিয়াৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে।
অসমৰ ডিটেনচন কেন্দ্ৰসমূহৰ পৰা মুকলি কৰি দিয়া হব বন্দীক। Covid-19ৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে এই আদেশ। দুবছৰ কাল অতিবাহিত কৰা বন্দীক মুক্তি দিয়া হ’ব। পূৰ্বে তিনি বছৰ কটোৱা বন্দীক চৰ্তসাপেক্ষে মুক্তি দিয়াৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|