নিচাৰ নামত সেৱন কৰিছে নিষিদ্ধ ক’ফ চিৰাপ! আৰক্ষীৰ অভিযানত জব্দ ৬০০বটল নিষিদ্ধ ক’ফ চিৰাপ

বঙাইগাঁৱৰ বইটামাৰীত আৰক্ষীৰ অভিযান

News18-Assam
Updated:November 2, 2019, 10:07 AM IST
নিচাৰ নামত সেৱন কৰিছে নিষিদ্ধ ক’ফ চিৰাপ! আৰক্ষীৰ অভিযানত জব্দ ৬০০বটল নিষিদ্ধ ক’ফ চিৰাপ
বঙাইগাঁৱৰ বইটামাৰীত আৰক্ষীৰ অভিযান
News18-Assam
Updated: November 2, 2019, 10:07 AM IST
বঙাইগাঁৱৰ বইটামাৰীত আৰক্ষীৰ অভিযান।
অভিযানত জব্দ ৬০০বটল নিষিদ্ধ ক’ফ চিৰাপ।
এখন টাটা ভিষ্টা বাহনো জব্দ কৰে আৰক্ষীয়ে।

আটক বাহনখনৰ চালক নুৰ মহম্মদ শ্বেখক।
বইটামাৰীৰ নিত্যবজাৰত আমছুৰ সহযোগত আৰক্ষীৰ অভিযান।
ঘটনাৰ সন্দৰ্ভত বইটামাৰী আৰক্ষীৰ তদন্ত অব্যাহত।
আৰু চাওক পৰৱৰ্তী বাতৰি