CAB ৰ সমৰ্থনত ওকালতি, ছচিয়েল মিডিয়াত হিমন্ত বিশ্ব শৰ্মাক অসমীয়াৰ শত্ৰু আখ্যা!

News18 Assam | News18-Assam
Updated:December 4, 2019, 3:24 PM IST
CAB ৰ সমৰ্থনত ওকালতি, ছচিয়েল মিডিয়াত হিমন্ত বিশ্ব শৰ্মাক অসমীয়াৰ শত্ৰু আখ্যা!
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এতিয়া ৰাজ্যৰ চৌ–দিশে প্ৰতিবাদৰ জুই

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এতিয়া ৰাজ্যৰ চৌ–দিশে প্ৰতিবাদৰ জুই

  • Share this:
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এতিয়া ৰাজ্যৰ চৌ–দিশে প্ৰতিবাদৰ জুই। ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ ধাৰাবাহিক প্ৰতিবাদৰ পিছতো CAB গৃহীত কৰিবই বুলি নিজৰ স্থিতিত অটল বিজেপি চৰকাৰ।



আনকি নাগৰিকত্ব সংশোধনী বিধেয়কক বিৰোধীতা কৰা সকলক ভেঙুচালি কৰি আহিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।



 

বুধবাৰে কেন্দ্ৰীয় কেবিনেটে নাগৰিকত্ব সংশোধনী বিধেয়কক অনুমোদন জনোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাক ছচিয়েল মিডিয়াত তীব্ৰ ককৰ্থনা কৰিছে একাংশই।





CAB আনি অসমীয়া জাতিক ৰক্ষা কৰিম বুলি কোৱা মন্ত্ৰী হিমন্তক অসমীয়াৰ শত্ৰু আখ্যা দিছে বিভিন্নজনে।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি