ম্যানমাৰ ত্যাগ কৰি ভাৰতত প্ৰৱেশ আই কে সংবিজিতৰ, আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা!

পূৰ্বৰ NDFB-Sৰ অধ্যক্ষ তথা বৰ্তমানৰ PDCKৰ অধ্যক্ষ আই কে সংবিজিত ৷ ম্যানমাৰত দীৰ্ঘদিন ধৰি আশ্ৰয় লৈ থকা এইজন আই কে সংবিজিতে নাটকীয়ভাৱে ম্যানমাৰ ত্যাগ কৰিছে ৷