• Home
  • »
  • News
  • »
  • assam
  • »
  • ম্যানমাৰ ত্যাগ কৰি ভাৰতত প্ৰৱেশ আই কে সংবিজিতৰ, আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা!

ম্যানমাৰ ত্যাগ কৰি ভাৰতত প্ৰৱেশ আই কে সংবিজিতৰ, আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা!

পূৰ্বৰ NDFB-Sৰ অধ্যক্ষ তথা বৰ্তমানৰ PDCKৰ অধ্যক্ষ আই কে সংবিজিত ৷ ম্যানমাৰত দীৰ্ঘদিন ধৰি আশ্ৰয় লৈ থকা এইজন আই কে সংবিজিতে নাটকীয়ভাৱে ম্যানমাৰ ত্যাগ কৰিছে ৷ 

  • Share this:
বিধানসভা নিৰ্বাচনৰ পূৰ্বে PDCKৰ অধ্যক্ষ আই কে সংবিজিতে ত্যাগ কৰিলে ম্যানমাৰ ৷ এজন মন্ত্ৰীৰ মধ্যস্থতাত ম্যানমাৰ ত্যাগ কৰা কাৰ্বি বিদ্ৰোহী সংগঠন PDCKৰ অধ্যক্ষ সংবিজিতে আসন্ন বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰে বুলিও চৰ্চা চলিছে ৷ চৰ্চা চলিছে আলোচনাৰ মেজতো অংশগ্ৰহণ কৰিব পাৰে সংবিজিতে ৷

পূৰ্বৰ NDFB-Sৰ অধ্যক্ষ তথা বৰ্তমানৰ PDCKৰ অধ্যক্ষ আই কে সংবিজিত ৷ ম্যানমাৰত দীৰ্ঘদিন ধৰি আশ্ৰয় লৈ থকা এইজন আই কে সংবিজিতে নাটকীয়ভাৱে ম্যানমাৰ ত্যাগ কৰিছে ৷

NSCNৰ এক সুত্ৰই সদৰি কৰা মতে, সোমবাৰে বিয়লি ম্যানমাৰ ত্যাগ কৰিছে সংবিজিতে ৷ ম্যানমাৰ ত্যাগ কৰাৰ পূৰ্বে সৰ্তীথ সংগঠনৰ পৰা বিদায় লয় আৰু লংগুৱা সীমান্তৰে প্ৰৱেশ কৰে ভাৰতত ৷ আমাৰ হাতত পৰা তথ্য মতে কিছুদিন পূৰ্বে লংগুৱা সীমান্তলৈ গৈ এজন মন্ত্ৰীয়ে সাক্ষাৎ কৰিছিল কাৰ্বি বিদ্ৰোহী সংগঠন PDCKৰ মূৰব্বী সংবিজিতক ৷ লংগুৱা সীমান্তত হোৱা আলোচনাৰ পিছতে সোমবাৰে বিয়লি ম্যানমাৰ এৰি ভাৰতত প্ৰৱেশ কৰে সংবিজিতে ৷

শেহতীয়াকৈ চলা চৰ্চা মতে আসন্ন বিধানেসভাৰ নিৰ্বাচনত এটা ৰাজনৈতিক দলৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে সংবিজিতে ৷ কিন্তু সেয়া অস্পষ্ট ৷ কিয়নো সংবিজিতৰ বিৰুদ্ধে ২০১৪ৰ মে' আৰু ডিচেম্বৰত উত্তৰ অসমত আদিবাসী আৰু সংখ্যালঘুৰ ওপৰত চলা নৃশংস হত্যাকাণ্ডৰ গোচৰ ৰুজু হৈ আছে ৷

NDFB-Sৰ অধ্যক্ষ হৈ থকাৰ সময়ত সংঘটিত সেই নৃশংস হত্যাকাণ্ডৰ পিছতে সংবিজিতক NDFB-S-এ অধ্যক্ষ পদৰ পৰা অব্যাহতি দিছিল ৷ পৰৱৰ্তীকালত তেওঁ গঠন কৰিছিল PDCKৰ ৷ সম্প্ৰতি ম্যানমাৰ ত্যাগ কৰি ভাৰতত প্ৰৱেশ কৰা সংবিজিতে চৰকাৰৰ সৈতে আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে ৷
Published by:Himangshu Bhuyan
First published: