
ফাইল ফটো
কিন্তু তাৰ বাবে আপুনি কৰিব লাগিব এটা কাম।
১৯৪ টকাত ৰন্ধন গেছৰ চিলিণ্ডাৰ! আপুনি নিশ্চয় আচৰিত হৈছে। কিন্তু সঁচাকৈয়ে আপুনি ১৯৪ টকাত পাব পাৰে এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ। কিন্তু তাৰ বাবে আপুনি কৰিব লাগিব এটা কাম।
আচলতে Paytm–এ শেহতীয়াকৈ গ্ৰাহকৰ বাবে আগবঢ়াইছে বিশেষ অফাৰ। আৰু এই অফাৰৰ জৰিয়তে যদি গ্ৰাহকে চিলিণ্ডাৰ বুকিং কৰে তেন্তে তেওঁ লাভ কৰিব পাৰে ৫০০ টকাৰ কেছবেক।
এই সুবিধা লাভ কৰিবলৈ গ্ৰাহকে প্ৰথমে Paytmৰ জৰিয়তে Recharge & Pay Billsলৈ গৈ তাত থকা Book a cylinder চিলিণ্ডাৰত ক্লিক কৰিব লাগিব। গ্ৰাহকে পেমেণ্ট কৰাৰ পূৰ্বে FIRSTLPG প্ৰম’ কোড ভৰাব লাগিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|