• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা কৰিবলৈ আহি সন্ধানহীন ৰোগী

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা কৰিবলৈ আহি সন্ধানহীন ৰোগী

ঘটনা সন্দৰ্ভত পৰিয়াল যোগে ভঙাগড় আৰক্ষীত অৱগত কৰিছে যদিও এতিয়ালৈ নাই কোনো সন্ধান।

ঘটনা সন্দৰ্ভত পৰিয়াল যোগে ভঙাগড় আৰক্ষীত অৱগত কৰিছে যদিও এতিয়ালৈ নাই কোনো সন্ধান।

ঘটনা সন্দৰ্ভত পৰিয়াল যোগে ভঙাগড় আৰক্ষীত অৱগত কৰিছে যদিও এতিয়ালৈ নাই কোনো সন্ধান।

  • Share this:
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা কৰিবলৈ আহি সন্ধানহীন ৰোগী। নগাঁও ৰূপহীহাটৰ পৰা গুৱাহাটীত চিকিৎসাৰ বাবে আহিছিল ৰোগীগৰাকী। নাম আওলিয়া চামিম, বয়স ১৭ বছৰ। GMCHৰ মানসিক ৰোগ বিভাগৰ অ’পিডিত দেখুৱাইছিল চামিমক। পৰিয়ালৰ লোকৰ সৈতে অহা ৰোগীগৰাকীক ভৰ্তি কৰিবলৈ যোৱা সময়তে সন্ধানহীন হয়। দুপৰীয়া ১২ বজাৰ পৰা নাই কোনো শুংসূত্ৰ। ঘটনা সন্দৰ্ভত পৰিয়াল যোগে ভঙাগড় আৰক্ষীত অৱগত কৰিছে যদিও এতিয়ালৈ নাই কোনো সন্ধান।
Published by:Sanjay Kumar Das
First published: