ডিমৌত ঘাইপথতে বাগৰিল যাত্ৰীবাহী বাছ, আহত কেইবাগৰাকীও যাত্ৰী

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল যাত্ৰীবাহী বাছ। দুৰ্ঘটনাটোৰ ফলত বলেৰ’ পিকআপ বাহনো বাগৰিল ৰাজপথত।

News18-Assam
Updated:July 2, 2019, 7:53 AM IST
ডিমৌত ঘাইপথতে বাগৰিল যাত্ৰীবাহী বাছ, আহত কেইবাগৰাকীও যাত্ৰী
৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল যাত্ৰীবাহী বাছ। দুৰ্ঘটনাটোৰ ফলত বলেৰ’ পিকআপ বাহনো বাগৰিল ৰাজপথত।
News18-Assam
Updated: July 2, 2019, 7:53 AM IST
ডিমৌ ৰাজমাইত ২খন নৈশবাছসহ পিকআপ বাহন দুৰ্ঘটনাগ্ৰস্ত। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল যাত্ৰীবাহী বাছ। দুৰ্ঘটনাটোৰ ফলত বলেৰ’ পিকআপ বাহনো বাগৰিল ৰাজপথত। দুৰ্ঘটনাত আহত কেইবাগৰাকী যাত্ৰীও। আহতসকলক ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাৰ ফলত আবদ্ধ হৈ পৰে দূৰণীবটীয়া বাহন।
আৰু চাওক পৰৱৰ্তী বাতৰি