জাগীৰোডত কাগজ কল কৰ্মচাৰীৰ আত্মহত্যা

২৭ মাহে দৰমহা নাপাই আত্মহত্যা বিষয়া বিশ্বজিৎ মজুমদাৰৰ

news18assam
Updated:April 29, 2019, 5:24 PM IST
জাগীৰোডত কাগজ কল কৰ্মচাৰীৰ আত্মহত্যা
২৭ মাহে দৰমহা নাপাই আত্মহত্যা বিষয়া বিশ্বজিৎ মজুমদাৰৰ
news18assam
Updated: April 29, 2019, 5:24 PM IST
জাগীৰোডত কাগজ কল কৰ্মচাৰীৰ আত্মহনন। ছিনিয়ৰ হোষ্টেলৰ ৬নং কোঠাত ডিঙিত চিপ লৈ আত্মহত্যা এজন বিষয়াৰ। মৃত বিষয়াজন কলকাতাৰ বিশ্বজিৎ মজুমদাৰ। ২৭ মাহে দৰমহা নাপাই চৰম পথ লোৱাৰ সন্দেহ একাংশৰ। কাগজ কলৰ বিতৰণ বিভাগৰ বিষয়া আছিল মজুমদাৰ। ঘটনাস্থলীত উপস্থিত দণ্ডাদীশ আৰু আৰক্ষী।
আৰু চাওক পৰৱৰ্তী বাতৰি