আলফা স্বাধীনত যোগদান কৰা দেৰগাঁৱৰ প্ৰাক্তন আছু নেতা পংকজ প্ৰতিম দত্তৰ আত্মসমৰ্পণ

বিগত বৰ্ষৰ ৫ ছেপ্টেম্বৰত পংকজ প্ৰতিম দত্তই আলফা স্বাধীনত যোগদান কৰিছিল।

News18-Assam
Updated:September 2, 2019, 7:05 AM IST
আলফা স্বাধীনত যোগদান কৰা দেৰগাঁৱৰ প্ৰাক্তন আছু নেতা পংকজ প্ৰতিম দত্তৰ আত্মসমৰ্পণ
বিগত বৰ্ষৰ ৫ ছেপ্টেম্বৰত পংকজ প্ৰতিম দত্তই আলফা স্বাধীনত যোগদান কৰিছিল।
News18-Assam
Updated: September 2, 2019, 7:05 AM IST
আলফা স্বাধীনত যোগদান কৰা দেৰগাঁৱৰ প্ৰাক্তন আছু নেতা পংকজ প্ৰতিম দত্তৰ আত্মসমৰ্পণ। বিগত বৰ্ষৰ ৫ ছেপ্টেম্বৰত দেৰগাঁৱৰ প্ৰাক্তন আছু নেতা পংকজ প্ৰতিম দত্তই নিষিদ্ধঘোষিত সংগঠন আলফা স্বাধীনত যোগদান কৰিছিল। দেওবাৰে নাগালেণ্ডত আত্মসমৰ্পণ কৰে পংকজে। পংকজৰ পৰিয়াললৈ ফোন কৰি আৰক্ষীয়ে অৱগত কৰিলে এই কথা।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি