• Home
  • »
  • News
  • »
  • assam
  • »
  • পাণ্ডুঘাটত কান্দোনৰ ৰোল! ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে ৩টা কিশোৰে, এতিয়াও সন্ধান নাই এজনৰ

পাণ্ডুঘাটত কান্দোনৰ ৰোল! ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে ৩টা কিশোৰে, এতিয়াও সন্ধান নাই এজনৰ

দেওবাৰে মহানগৰীৰ পাণ্ডুঘাটত এক শোকাৱহ ঘটনা সংঘটিত হয়

দেওবাৰে মহানগৰীৰ পাণ্ডুঘাটত এক শোকাৱহ ঘটনা সংঘটিত হয়

দেওবাৰে মহানগৰীৰ পাণ্ডুঘাটত এক শোকাৱহ ঘটনা সংঘটিত হয়

  • Share this:
দেওবাৰে মহানগৰীৰ পাণ্ডুঘাটত এক শোকাৱহ ঘটনা সংঘটিত হয়। গা ধুবলৈ অহা চাৰিজন কিশোৰ ডুব গ'ল মহাবাহু ব্ৰহ্মপুত্ৰত। ইয়াৰে ইতিমধ্যে তিনিজন কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰিছে SDRFৰ দলে। মৃতদেহ উদ্ধাৰ কৰা তিনিওজন কিশোৰৰ নাম  অবিনাশ দাস, জিত দাস আৰু দয়াল শ্বেখ বুলি জানিব পৰা গৈছে। এতিয়াও সন্ধান ওলোৱা নাই আনজন কিশোৰৰ। প্ৰশাসনে জনোৱা মতে, আন্ধাৰ হোৱাৰ আগলৈকে চলিব উদ্ধাৰ অভিযান।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি