মন্ত্ৰী পল্লৱলোচন দাস আৰু মন্ত্ৰী তপন কুমাৰ গগৈৰ পদত্যাগ। মন্ত্ৰীসভাৰ পৰা পদত্যাগ দুয়োগৰাকীৰে। ৰাজ্যপালে গ্ৰহণ কৰিলে দুয়োজনৰে পদত্যাগ পত্ৰ। সাংসদৰূপে জয়ী হোৱাৰ পিছতে পদত্যাগ মন্ত্ৰী দুগৰাকীৰ।
Published by: Dulu Medhi
FIRST PUBLISHED : June 26, 2019, 19:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।