News18 AssamNews18 Assam
|
News18-Assam Updated:January 31, 2020, 6:36 PM IST
বিগত বৰ্ষত বিশেষ DGP হিচাপে অৱসৰ লৈছিল ভট্টাচাৰ্যই
বিগত বৰ্ষত বিশেষ DGP হিচাপে অৱসৰ লৈছিল ভট্টাচাৰ্যই
অৱসৰপ্ৰাপ্ত IPS বিষয়া পল্লৱ ভট্টাচাৰ্যক অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল। বিগত বৰ্ষত বিশেষ DGP হিচাপে অৱসৰ লৈছিল ভট্টাচাৰ্যই। ৰাজ্য চৰকাৰে শুকুৰবাৰে নিয়ুক্তি দিয়ে পল্লৱ ভট্টাচাৰ্যক। সেইদৰে সঞ্জীৱ গোহাঁই বৰুৱা আৰু নিৰঞ্জন কলিতাক অসম লোকসেৱা আয়োগৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে।
Published by:
Himangshu Bhuyan
First published:
January 31, 2020, 6:36 PM IST