পাকিস্তানৰ প্ৰতি দৰদ! পাকিস্তানী সেনাৰ সমৰ্থনত ফেচবুক প’ষ্ট অসমৰ যুৱক মফিদুল হুচেইনৰ!

News18-Assam
Updated:September 1, 2019, 10:59 AM IST
পাকিস্তানৰ প্ৰতি দৰদ! পাকিস্তানী সেনাৰ সমৰ্থনত ফেচবুক প’ষ্ট অসমৰ যুৱক মফিদুল হুচেইনৰ!
সুৰক্ষা যদিও ভাৰতীয় সেনাই দিছে তথাপিও কিন্তু পাকিস্তানী সেনাৰ প্ৰতি হে আছে বিশ্বাস, ভালপোৱা! সন্দেহজনক লোকেৰে ভৰিছে অসম!

সুৰক্ষা যদিও ভাৰতীয় সেনাই দিছে তথাপিও কিন্তু পাকিস্তানী সেনাৰ প্ৰতি হে আছে বিশ্বাস, ভালপোৱা! সন্দেহজনক লোকেৰে ভৰিছে অসম!

  • News18 Assam
  • Last Updated: September 1, 2019, 10:59 AM IST
  • Share this:
আকৌ এবাৰ অসমৰ যুৱকে ফেচবুকত আপলোড কৰিছে পাকিস্তানৰ সেনাক সমৰ্থন কৰি  ফটো। যুৱক জনৰ নাম মাফিদুল হুচেইন। যদিও যুৱক জন ভাৰতৰ থাকে তথাপিও যেন নিজৰ দেশত কৈ পাকিস্তানৰ প্ৰতি হে আছে দৰদ!



ইয়াৰ পূৰ্বেও নগাঁৱৰ কেইজন মান যুৱকে ফেচবুকত আপলোড কৰিছিল পাকিস্তানৰ সমৰ্থনত ফটো। এতিয়া এনেদৰেই বৃদ্ধি পাবলৈ ধৰিছে দেশদ্ৰোহীৰ সংখ্যা।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading