পদ্মশ্ৰী যাদৱ পায়েঙলৈ স্বামী বিবেকানন্দ কৰ্মযোগী বঁটা

News18 Assam | News18-Assam
Updated:March 1, 2020, 12:15 PM IST
পদ্মশ্ৰী যাদৱ পায়েঙলৈ স্বামী বিবেকানন্দ কৰ্মযোগী বঁটা
বঁটা প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰ আৰু মাই হোম ইণ্ডিয়া অধ্যক্ষ সুনীল দেওধৰে।

বঁটা প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰ আৰু মাই হোম ইণ্ডিয়া অধ্যক্ষ সুনীল দেওধৰে।

  • Share this:
পদ্মশ্ৰী যাদৱ পায়েঙলৈ স্বামী বিৱেকানন্দ কৰ্মযোগী বঁটা। ২০১৩ চনৰ পৰা ‘মাই হোম ইণ্ডিয়া’ই প্ৰদান কৰি আহিছে এই বঁটা। ২০২০ বৰ্ষত অৰণ্য মানৱ যাদৱ পায়েঙলৈ আগবঢ়োৱা হয় এই বঁটা। নতুন দিল্লীৰ কনষ্টিটিউচন ক্লাৱৰ এক অনুষ্ঠানত প্ৰদান কৰা হয় এই বঁটা। অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰ, ‘মাই হোম ইণ্ডিয়াৰ অধ্যক্ষ সুনিল দেওধৰ।
Published by: Himangshu Bhuyan
First published: March 1, 2020, 12:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading