বিশিষ্ট প্ৰযুক্তিবিদ উদ্ধৱ ভৰালীয়ে পেৰেলাইছিছ ৰোগীৰ বাবে উদ্ভাৱন কৰিছে ‘কমফৰ্ট বেড’

News18-Assam
Updated:September 11, 2019, 7:03 PM IST
বিশিষ্ট প্ৰযুক্তিবিদ উদ্ধৱ ভৰালীয়ে পেৰেলাইছিছ ৰোগীৰ বাবে উদ্ভাৱন কৰিছে ‘কমফৰ্ট বেড’
পদ্মশ্ৰী উদ্ধৱ ভৰালীৰ এই নতুন উদ্ভাৱনে ৰোগী সকলক কিছু পৰিমাণে হ’লেও সকাহ দিব বুলি ধাৰণা কৰা হৈছে

পদ্মশ্ৰী উদ্ধৱ ভৰালীৰ এই নতুন উদ্ভাৱনে ৰোগী সকলক কিছু পৰিমাণে হ’লেও সকাহ দিব বুলি ধাৰণা কৰা হৈছে

  • News18 Assam
  • Last Updated: September 11, 2019, 7:03 PM IST
  • Share this:
বিশিষ্ট উদ্ভাৱক পদ্মশ্ৰী উদ্ধৱ ভৰালীয়ে এইবাৰ পেৰেলাইছিছ ৰোগীসকলৰ বাবে এখন বিশেষ বিচনা।  যিখন বিছনাত থাকিয়েই পেৰেলাইছিছ ৰোগীয়ে শৌচ-প্ৰস্ৰাৱকে ধৰি আন বহু কাম কৰিব পাৰিব। অত্যাধুনিকপ্ৰযুক্তিৰে নিৰ্মাণ কৰা বিচনাখনে এতিয়া কিছু পৰিমাণে হ’লেও ৰোগী সকলক সকাহ হিব বুলি ধাৰণা কৰা হৈছে। প্ৰায় দুটা বছৰ চিন্তা চৰ্চাৰ অন্তত উদ্ৱাৱক গৰাকীয়ে  নিৰ্মাণ কৰি উলিয়াইছে বিচনাখন।

ন ন প্ৰযুক্তি উদ্ভাৱনেৰে বিশ্ব প্ৰযুক্তি জগতত সফলতা অৰ্জন কৰা প্ৰযুক্তিবিদ পদ্মশ্ৰী উদ্ধৱ ভৰালীয়ে নিৰ্মাণ কৰা বিচনাখনৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে ১৮ হাজাৰ টকা।
First published: September 11, 2019, 7:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading