• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্যসভাৰ সাংসদ ৰূপে শপতগ্ৰহণ পৱিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰীৰ, মুখ্যমন্ত্ৰীৰ অভিনন্দন

ৰাজ্যসভাৰ সাংসদ ৰূপে শপতগ্ৰহণ পৱিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰীৰ, মুখ্যমন্ত্ৰীৰ অভিনন্দন

অধ্যক্ষ এম ভেংকায়া নাইডুৱে ৰাজ্যসভাৰ নৱ নিৰ্বাচিত সদস্যদ্বয়ক শপত বাক্য পাঠ কৰায়।

অধ্যক্ষ এম ভেংকায়া নাইডুৱে ৰাজ্যসভাৰ নৱ নিৰ্বাচিত সদস্যদ্বয়ক শপত বাক্য পাঠ কৰায়।

অধ্যক্ষ এম ভেংকায়া নাইডুৱে ৰাজ্যসভাৰ নৱ নিৰ্বাচিত সদস্যদ্বয়ক শপত বাক্য পাঠ কৰায়।

  • Share this:
ৰাজ্যসভাৰ সাংসদ ৰূপে শপতগ্ৰহণ কৰিলে বিজেপি আৰু ইয়াৰ সহযোগী দল ইউপিপিএলৰ প্ৰাৰ্থী পৱিত্ৰ মাৰ্ঘেৰিটা ( Pabitra Margherita) আৰু ৰণগৌৰা নাৰ্জাৰীয়ে (Rwngwra Narzary)। সোমবাৰে ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডুৱে ৰাজ্যসভাৰ নৱ নিৰ্বাচিত সদস্যদ্বয়ক শপত বাক্য পাঠ কৰায়।

আনহাতে, নাগালেণ্ড বিজেপিৰ প্ৰাৰ্থী এছ ফাংনন কন্যাকেও উচ্চ সদনত সংসদ সদস্য হিচাপে শপত গ্ৰহণ কৰে।

ৰাজ্যসভাৰ নৱনিৰ্বাচিত দুয়োগৰাকী সাংসদক অভিনন্দন জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে।



উল্লেখ্য, ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী ৰিপুণ বৰাৰ পৰাজয়ৰ পিছত মাৰ্ঘেৰিটা আৰু নাৰ্জাৰীয়ে ৰাজ্যসভাৰ সাংসদ ৰূপে নিৰ্বাচিত হৈছিল।
Published by:Gautam Barman
First published: