কেব বিৰোধী আন্দোলন কৰিছে কেৱল বাংলাদেশী মুছলমানে

News18 Assam | News18-Assam
Updated:December 7, 2019, 5:50 PM IST
কেব বিৰোধী আন্দোলন কৰিছে কেৱল বাংলাদেশী মুছলমানে
আন্দোলনৰ প্ৰথম শাৰীক বাদ দি পিছৰ শাৰীত থাকে বাংলাদেশী মুছলমান

আন্দোলনৰ প্ৰথম শাৰীক বাদ দি পিছৰ শাৰীত থাকে বাংলাদেশী মুছলমান

  • Share this:
কেব বিৰোধী আন্দোলনক উপলুঙা কৰাতো এতিয়া যেন স্বভাৱত পৰিণত হৈছে বিজেপিৰ বিধায়কৰ বাবে। এইবাৰ CAB বিৰোধীক চূড়ান্ত তাচ্ছিল্য আৰু অপমানসূচক মন্তব্য কৰিছে হোজাই সমষ্টিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱে।

কেবৰ বিৰুদ্ধে কেৱল বাংলাদেশী মুছলমানে  আন্দোলন কৰিছে বুলি মন্তব্য কৰিছে মন্তব্য কৰে বিতৰ্কিত বিধায়কজনে।  শিলাদিত্য দেৱে লগতে কয় যে, ‘ কেব আহিলে কেৱল ২, ৩ লাখ হিন্দু বঙালীয়ে অসমত সংস্থাপন লাভ কৰিব। যি অসমীয়া জাতিক কোনো ক্ষতি নকৰে। কিন্তু ১৯৫১ ৰ পৰিৱৰ্তে ১৯৭১ ভিত্তিবৰ্ষ হোৱাৰ বাবে ইতিমধ্যে ১ কোটি বাংলাদেশী মুছলমানৰ নাম NRC ত অন্তৰ্ভূক্ত হৈছে। যি অসমীয়া জাতিৰ বাবে অত্যন্ত ক্ষতিকাৰক’।
আৰু চাওক
পৰৱৰ্তী বাতৰি