আজিৰে পৰা কমিব পিঁয়াজৰ দাম, দাম বেছি ল’লে গ্ৰাহকে দিব পাৰিব অভিযোগ

গ্ৰাহকৰ অভিযোগৰ ভিত্তিত যোগান বিভাগে ব্যৱস্থা ল’ব উক্ত দোকানীৰ বিৰুদ্ধে।

News18-Assam
Updated:November 7, 2019, 9:14 AM IST
আজিৰে পৰা কমিব পিঁয়াজৰ দাম, দাম বেছি ল’লে গ্ৰাহকে দিব পাৰিব অভিযোগ
গ্ৰাহকৰ অভিযোগৰ ভিত্তিত যোগান বিভাগে ব্যৱস্থা ল’ব উক্ত দোকানীৰ বিৰুদ্ধে।
News18-Assam
Updated: November 7, 2019, 9:14 AM IST
আজিৰে পৰা হ্ৰাস পাব পিঁয়াজৰ মূল্য। প্ৰতি কিলোগ্ৰামত ৬৬ টকালৈ হ্ৰাস পাব পিঁয়াজৰ দাম। এই ঘোষণা যোগান মন্ত্ৰী মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ। দোকানীয়ে পিঁয়াজৰ দাম বেছি ল’লে গ্ৰাহকে দিব পাৰিব অভিযোগ। যোগান বিভাগে মুকলি কৰিছে দুটা ট’ল ফ্ৰী নম্বৰ। 1967 আৰু 18003453611 নম্বৰত ফোন কৰি গ্ৰাহকে দিব পাৰিব অভিযোগ। গ্ৰাহকৰ অভিযোগৰ ভিত্তিত যোগান বিভাগে ব্যৱস্থা ল’ব উক্ত দোকানীৰ বিৰুদ্ধে।
আৰু চাওক পৰৱৰ্তী বাতৰি